This browser does not support the video element.
নগাঁও: শিল্প সমাজ অসমৰ উদ্যোগত "শিল্পৰত্ন অসম" বঁটা প্ৰদানকলৈ নগাওঁ নগাওঁ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন
Nagaon, Nagaon | Aug 31, 2025
শিল্প সমাজ অসমৰ উদ্যোগত "শিল্পৰত্ন অসম" বঁটা প্ৰদান , সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ জন্ম জয়ন্তী উপলক্ষে তিনিদিনীয়া কাৰ্য্যসূচীৰে দ্বাদশ সংখ্যক অনুষ্ঠানৰ আয়োজন কৰিছে শিল্পী সমাজ অসমে । উল্লেখ্য যে অহা ৮ ছেপ্টেম্বৰ তাৰিখে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ জন্ম জয়ন্তী উপলক্ষে নগাঁও নেহেৰুৱালিত নগাঁও বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলে পৰিৱেশন কৰিব কলোজয়ী গীত "মানুহে মানুহৰ বাবে" ⏩ লগতে উক্ত অনুষ্ঠানটিৰ লগত সংগতি দুটা শ