Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: গুইজানত জার্নেলিষ্ট ইউনিয়ন অৱ আছাম, জিলা সমিতিৰ প্ৰয়াত সাংবাদিক উত্তম দেৱলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কার্যসূচী

Tinsukia, Tinsukia | Aug 21, 2025
বৃহস্পতিবাৰে  জার্নেলিষ্ট ইউনিয়ন অৱ আছাম, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত গুইজান শাখা ছাত্ৰ সন্থাৰ সহযোগত প্ৰয়াত সাংবাদিক উত্তম দেৱলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কার্যসূচী গুইজান শাখা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৰূপায়ণ কৰা হয়। বিয়লি প্ৰায় ৬ বজালৈকে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উত্তম দেৱৰ জ্যেষ্ঠ ভাতৃ ছপন দেৱ (কাজল), কণিষ্ঠ ভাতৃ ৰাজীৱ দেৱ, জার্নেলিষ্ট ইউনিয়ন অৱ আছাম, ৰাজ্যিক সমিতিৰ উপ-সভাপতি ৰূপম কাকতি, ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা অসমৰ সাধাৰণ সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণ ।
Read More News
T & CPrivacy PolicyContact Us