Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: আইএছবিটিত বস্তাই বস্তাই ওলাইছে কাঁহৰ সামগ্ৰী, এখন বাছৰ ভিতৰত উদ্ধাৰ হৈছে লক্ষাধিক টকাৰ এই সমূহ সামগ্ৰী
Jorhat West, Jorhat | Aug 26, 2025
যোৰহাটৰ ISBT ত বস্তাই বস্তাই ওলাইছে কাঁহৰ সামগ্ৰী । এখন বাছৰ ভিতৰত উদ্ধাৰ হৈছে লক্ষাধিক টকাৰ এই সমূহ সামগ্ৰী । পুৱতি নিশা মা লক্ষ্মী নামৰ বাছ খনৰ পৰা উদ্ধাৰ হয় এই সামগ্ৰী সমূহ । ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী বাছ খনত বস্তাত ভৰাই নি থকা অৱস্থাত উদ্ধাৰ হয় । যোৰহাটৰ ISBT আৰক্ষীয়ে চলোৱা আকস্মিক অভিযানত এই সমূহ নতুন কাঁহৰ বাচন -- বৰ্তন উদ্ধাৰ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!