Download Now Banner

This browser does not support the video element.

ওদালগুৰি: নিৰ্বাচনৰ বাবে আয়ুক্তৰ কাৰ্য্যালয় পৰা পুলিং ষ্টেচনলৈ ৰাওনা হয় পিজাইডিং বিষয়া সকল, তদাৰক কৰে জিলা আয়ুক্তই

Udalguri, Udalguri | Sep 21, 2025
২২ চেপ্তেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন।সেয়ে ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্য্যালয় আৰম্ভ হৈছে ব্যাপক তৎপৰতা।পুৱাৰে পৰা জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি জিলা আয়ুক্তৰ কাৰ্য্যালয় উপস্থিত হৈছে। সেই অনুসৰি যাৱতীয় কাম চমজি লৈ নিৰ্দ্ধাৰিত পুলিং ষ্টেচনলৈ ৰাওনা হয় পিজাইডিং বিষয়া আৰু পুলিং সকল।বিটিচিৰ নিৰ্বাচনৰ বাবে জিলা খনত শ শ যানবাহন আৰু আৰক্ষীৰ মোতায়েন কৰা হয়। জিলাৰ সম্পুৰ্ণ বিষয়টো তদাৰকী কৰি পৰ্যবেক্ষণ কৰে জিলা আয়ুক্ত পুলক পাটগিৰিয়ে।
Read More News
T & CPrivacy PolicyContact Us