Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: থানা চাৰিআলিত মুখ্যমন্ত্ৰীৰ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা আজাদ মাদানীৰ বিৰুদ্ধে প্ৰতিমূৰ্তি দাহ কৰি টাইপাৰ প্ৰতিবাদ
Dibrugarh East, Dibrugarh | Aug 23, 2025
আজি শনিবাৰে বিয়লি ৪:৩০ বজাত আজাদ মাদানীৰ বিৰুদ্ধে ডিব্ৰুগড় মহানগৰৰ থানা চাৰিআলিত টাই আহোম যুৱ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ তুলি ডিব্ৰুগড়ত জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী আজাদ মাদানীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!