This browser does not support the video element.
সোণাৰি: ছাত্ৰী নন্দিতাৰ হত্যাকাৰীক মৃত্যুদণ্ড ঘোষণা পাছতেই ঘটনা তদন্তকাৰী বিষয়া বৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ প্ৰতিক্ৰিয়া
Sonari, Charaideo | Aug 22, 2025
চাৰি বছৰ পাছত শাস্তি ঘোষণা হ’ল নন্দিতাৰ হত্যাকাৰীৰ। দুগৰাকী সাহসী আৰক্ষী বিষয়াৰ নিখুঁত তদন্তৰ সফলতা। চাৰি বছৰৰ মূৰত ন্যায় পালে ঢকুৱাখনাৰ নন্দিতা শইকীয়াৰ পৰিয়ালে। সেই সময়ত ধেমাজি সদৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক আছিল নেকিবুদ্দিন আহমেদ। বৰ্তমান চৰাইদেউৰ বৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নেকিবুদ্দিন আহমেদ। আদালতৰ ৰায়ৰ পাছত আৰক্ষী বিষয়া নেকিবুদ্দিন আহমেদৰ প্ৰতিক্ৰিয়া। ন্যায় পালে ধেমাজিৰ নন্দিতা শইকীয়াৰ পৰিয়াল, আদালতত দোষী সাব্যস্ত হ’ল ঘাতক ৰিণ্টু শৰ্মা।ধেমাজি জিলা সত্র ন্যায়ধী