Download Now Banner

This browser does not support the video element.

বিলাসীপাৰা ভাগ: প্ৰতিমাপানডে প্ৰেক্ষাগৃহত অসম চৰকাৰৰ মাৰ্কেটিং কৰ্পোৰেশনৰ চেয়াৰমেনৰ উপস্থিতিত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন

Bilasipara Part, Dhubri | Mar 2, 2025
প্ৰতিমাপানডে প্ৰেক্ষাগৃহত অসম চৰকাৰৰ মাৰ্কেটিং কৰ্পোৰেশনৰ চেয়াৰমেনৰ উপস্থিতিত মহিলা দিৱস উদযাপন প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মাৰ্কেটিং কৰ্পোৰেশনৰ চেয়াৰমেন ডঃ অশোক কুমাৰ সিংহি উপস্থিতিত দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন।বিশ্বৰ নাৰী শক্তিৰ গৌৰৱময় স্মৃতিত আৰু সমাজ গঠনত মহিলাসকলৰ অৱদানৰ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অসম বাণিজ্যিক মহিলা পতঞ্জলি যোগ সমিতিৰ তত্বাৱধানত এক অনুষ্ঠান অনুষ্ঠিত হয়।প্ৰতিমাপানডে প্ৰেক্ষাগৃহ, বিলাসীপাৰাত অনুষ্ঠিত অনুষ্ঠ
Read More News
T & CPrivacy PolicyContact Us