Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: বাহাদুৰ চাৰি আলিত কৰম সন্মিলনৰ আৰম্ভণি অনুষ্ঠান

Tinsukia, Tinsukia | Sep 12, 2025
বাহাদুৰ চাৰি আলি ৰংগ মঞ্চতচতুৰ্থ বাৰ্ষিক দক্ষিণ তিনিচুকীয়া আঞ্চলিক কৰম সন্মিলনৰ আজি শুকুৰবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । আজি প্ৰথম দিনাৰ কাৰ্যসূচী পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,বৃক্ষ ৰোপণৰ লগতে দুপৰীয়া ২.৩০ মিনিট পৰ্যন্ত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । সন্ধ্যা কৰমৰ মূল কাৰ্যসূচী কৰম ডাল স্থাপন কৰি ওৰেটো নিশা আখৰা হব ।
Read More News
T & CPrivacy PolicyContact Us