Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: পহুমৰাত জমিয়ত-উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্চাড মাদানীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত অসমীয়া যুৱ মঞ্চৰ

North Lakhimpur, Lakhimpur | Aug 23, 2025
লখিমপুৰ ৰাজপথত জলিল জমিয়ত-উলেমা-ইন-হিন্দৰ পুত্তলিকা।পহুমৰাত শনিবাৰে অসমীয়া যুৱ মঞ্চৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। জমিয়ত- উলেমা- ই- হিন্দৰ সভাপতি মৌলানা আৰ্চাড মাদানীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী শ্লোগান সংগঠণটোৰ। উল্লেখযোগ্য যে আৰ্চাড মাদানীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছিল। আৰু হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীৰ পাছতেই এইদৰে লখিমপুৰ ৰাজপথত তীব্র প্রতিবাদ সাব্যস্ত কৰিলে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ।
Read More News
T & CPrivacy PolicyContact Us