Download Now Banner

This browser does not support the video element.

বোকাখাত: চোৰৰ সন্দেহত বোকাখাটত ৰাইজে আটক কৰিলে এজন ব্যক্তিক, আৰক্ষী উপস্থিত

Bokakhat, Golaghat | Aug 24, 2025
চোৰৰ সন্দেহত বোকাখাটত ৰাইজে আটক কৰিলে এজন ব্যক্তিক l দেওবাৰে বিয়লি প্ৰায় ৪ বজাত এখন বিপনিত চোৰৰ সন্দেহত এজন লোকক আটক কৰে স্থানীয় লোক সকলে l দোকান ৰ পৰা সামগ্ৰী লৈ পলাবলৈ লওঁতেই হাতে লোটে লোক জনক ধৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে l আটক কৰা চোৰ তোৰ লগত আৰু দুজন লোক আহিছিল বুলি মন্তব্য কৰি পলায়ন কৰাৰ সন্দেহ স্থানীয় লোকৰ। পৰবৰ্তী সময়ত আৰক্ষী উপস্থিত হোঁৱাৰ পিচত আৰক্ষীক চমজাই দিয়ে চোৰ তোক স্থানীয় লোকে।
Read More News
T & CPrivacy PolicyContact Us