Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: পদুমনি চাৰিআলি মলৌৱনী গাঁৱৰ এঘৰত চুৰিকাণ্ড , চোৰে লৈ উধাও হয় মটৰ চাইকেল , CC কেমেৰাত বন্দী দৃশ্য

Jorhat West, Jorhat | Sep 28, 2025
পদুমনি চাৰিআলি মলৌৱনী গাঁৱৰ এঘৰত চুৰিকাণ্ড। চোৰে লৈ উধাও হয় মটৰ চাইকেল । CC কেমেৰাত বন্দী দৃশ্য । এজাহাৰ দাখিল কৰিছে ভোগদৈ আৰক্ষী চকীত। যোৰহাটত বৃদ্ধি পাইছে চুৰিৰ ঘটনা । এইবাৰ এজন জেষ্ঠ্য সাংবাদিকৰ ঘৰত চুৰি । পূৰ্ণ বিকাশ বৰাৰ ঘৰৰ পৰা বাজাজ পালচাৰ মটৰ চাইকেল চুৰি হয় । পদুমনি চাৰিআলি মলৌৱনী গাঁৱৰ নিজা গৃহৰ পৰা চুৰি হয় মটৰ চাইকেল ।
Read More News
T & CPrivacy PolicyContact Us