Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈ স্থিত জিলা পুথিভঁৰালত স্কুটী বিতৰণ অনুষ্ঠান, উপস্থিত বিধায়ক,দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া
Mangaldoi Part, Darrang | Sep 10, 2025
সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত অসম ৰাজ্যিক জীৱিকা অভিযানৰ,দৰং জিলাৰ ২০০ ৰো অধিক কমিউনিটি কেডাৰক স্কুটী বিতৰণ কৰে ।দৰং জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী, বিধায়ক বসন্ত দাস,দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস,দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!