Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: মহানগৰৰ বৈৰাগীমঠত সদৌ অসম ভিত্তিত ১ম আন্তঃজিলা টাইকুৱাণ্ডো চেম্পিয়নশ্বিপ প্ৰতযোগিতা

Dibrugarh East, Dibrugarh | Aug 30, 2025
মহানগৰৰ বৈৰাগীমঠস্থিত টাই সাংস্কৃতিক শিক্ষা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ১ম আন্তঃজিলা টাইকুৱাণ্ডো চেম্পিয়নশ্বিপ প্ৰতযোগিতা। আজি প্ৰথম দিনাৰ প্ৰতিযোগিতা খন সামৰণি পৰে আজি শনিবাৰে বিয়লি ৫ বজাত।
Read More News
T & CPrivacy PolicyContact Us