This browser does not support the video element.
ধিং: আঠগাঁৱত নিশা বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱকক চিকিৎসালয়ত ভৰ্তি
Dhing, Nagaon | Nov 29, 2024
ধিঙত নিশা পুনৰ বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱক ।ধিঙৰ আঠগাৱঁত নিশা বনৰীয়া গাহৰিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা যুৱক জনৰ নাম মানস শইকীয়া।সংকটজনক অৱস্থাত ধিং FRUত ভৰ্তি কৰে যুৱক জনক ।যুৱক জন নিজ ঘৰৰ পদুলিত ৰৈ থকা অৱস্থাত পিছফালৰ পৰা আহি আক্ৰমণ কৰে বন গাহৰিয়ে।*