Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকাৰ অভিযোগত ৭ জন লোকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা অব্যাহত

Dhekiajuli Part, Sonitpur | Aug 24, 2025
চাইবাৰ ক্ৰাইমৰ লগত জৰিত ৭ গৰাকী লোকক আটক কৰি দেওবাৰে দিনৰ ২ বাজি ৩০ মিনিটত ঢেকীয়াজুলি আৰক্ষী থানাত জেৰা অব্যাহত ৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰা এটা চক্ৰই ঢেকীয়াজুলি অঞ্চলত বিভিন্নজনৰ বেংক একাউণ্টৰ পৰা অতি কৌশলেৰে ধন সৰকাইছিল ৷ ভুক্তভোগীৰ অভিযোগৰ পিছতে ঢেকীয়াজুলি আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান ৷ ঢেকীয়াজুলি আৰক্ষীয়ে অভিযান চলাই বিভিন্ন প্ৰান্তৰ পৰা ৭ গৰাকী লোকক আটক কৰি অধিক তথ্যৰ বাবে ঢেকীয়াজুলি থানাত জেৰা অব্যাহত ৰাখিছে ৷
Read More News
T & CPrivacy PolicyContact Us