Download Now Banner

This browser does not support the video element.

বালিজানা: কল্যাণপুৰ পঞ্চায়তত এম জি এন ৰেগা আঁচনিৰ কাম এবছৰতো সম্পূৰ্ণ নকৰাত ৰাইজৰ প্ৰতিবাদ #jansamasya

Balijana, Goalpara | Aug 27, 2025
কল্যাণপুৰ পঞ্চায়তত এম জি এনৰেগা আচনিৰ কাম এবছৰতো সম্পূৰ্ণ নকৰাত ৰাইজৰ প্ৰতিবাদ। যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগীবলগীয়া হোৱাত ৰাজপথত ওলাই আহে। গোৱালপাৰা চহৰৰ সমীপৱৰ্তী কল্যাণপুৰ পঞ্চায়তৰ অন্তৰ্গত ভালুকডুবিত হাৰুণ ৰছিদৰ ঘৰৰপৰা হাছেম আলীৰ ঘৰলৈ এম জি এনৰেগা আচনিৰ অধীনত মুঠ ১০ লাখ ৯০ হাজাৰ ৯২৪ টকা আবণ্টন দিয়া হৈছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহীৰ বাবেই এবছৰতো কাম সম্পূৰ্ণ কৰিব পৰা নাই।
Read More News
T & CPrivacy PolicyContact Us