খটৰা সত্ৰ প্ৰাংগনত বৃহস্পতি বাৰে অনুষ্ঠিত হয় একক হিন্দু সমাবেশ।এই সভাত সনাতনী সমাজৰ নিতী নিয়মৰ ওপৰত আলোচনা হয়। সমাবেশত বৃহস্পতি বাৰে দুপৰীয়া বাৰ মান বজাত অনুষ্ঠিত হয় বিধায়ক পৰমানন্দ ৰাজবংশী। বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস