Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায় মহানগৰৰ শান্তিপাৰা বাঁহবাৰীত দুৰ্গোৎসৱৰ মহানৱমীত নিশাৰ লৈকে আশীষ ললে ভক্ত‌ই

Dibrugarh East, Dibrugarh | Oct 1, 2025
আজি মহানৱমী। চৌদিশে দুৰ্গোৎসৱৰ আনন্দ আৰু উল্লাহ। মহানগৰৰ শান্তিপাৰাত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বিশেষভাৱে নিৰ্মাণ কৰি দৃষ্টি নন্দন কৰিছে দুৰ্গাপূজাৰ মণ্ডপ। আজি বুধবাৰে নিশা ১০ বজাৰ লৈকে মহা নৱমীত দুৰ্গা দেৱীৰ আশীষ লোৱা দেখা গ'ল শান্তিপাৰা বাঁহবাৰী পূজাৰ মণ্ডপত। মণ্ডপৰ প্ৰথম ভাগতেই প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে
Read More News
T & CPrivacy PolicyContact Us