This browser does not support the video element.
মঙলদৈ ভাগ: দলগাঁৱৰ অন্তৰ্গত ছকৰাবস্তিত টেট শিক্ষয়িত্ৰী মিতালী নাথৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন
Mangaldoi Part, Darrang | Sep 1, 2025
চিলনী চোৰৰ টাৰ্গেট এগৰাকী টেট শিক্ষয়িত্ৰী। টাকিমাৰি প্ৰাথমিক বিদ্যালয়ত ই ৰিক্সাত গৈ থকাৰ সময়তে চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। দলগাঁৱৰ অন্তৰ্গত ছকৰাবস্তিত টেট শিক্ষয়িত্ৰী মিতালী নাথৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। সোণৰ চেইন মূল্য ১ লাখৰ অধিক বুলি জানিব পৰা গৈছে। ভুক্তভোগী টেট শিক্ষয়িত্ৰী মিতালী নাথে দলগাঁও আৰক্ষী থানত দাখিল কৰে এজাহাৰ।