Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: ডাংতলত ইউপিপিএলৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত ৰাজ্যসভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰি

India | Aug 25, 2025
আজি চিৰাং জিলাৰ ডাংতলত ইউপিপিএল দলৰ যোগদান সভা অনুষ্ঠিত হয়,আজিৰ এই যোগদান সভাত অৰ্ধ শতাধিক লোকে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত ৰাজ্য সভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰি, প্ৰাক্তন মন্ত্ৰী তথা আগন্তুক বিটিচি নিৰ্বাচনৰ ইউপিপিএল দলৰ কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us