This browser does not support the video element.
কদম: পদুমণিত ঐতিহাসিক শ্ৰী শ্ৰী পদুমণি আই থানৰ প্ৰতিষ্ঠা দিৱসৰ জল সংগ্ৰহ শোভাযাত্ৰা শুভাৰম্ভণী কৰে জিলা আৰক্ষী অধীক্ষকে
Kadam, Lakhimpur | Sep 4, 2025
ভক্তি ৰসে মুখৰিত উত্তৰ অসমৰ অন্যতম শক্তিপীঠ পদুমণিৰ শ্রী শ্রী পদুমণি আইথান । ১৯৫১ চনতে স্থাপিত আইথানৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ।বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আইৰ প্ৰতিষ্ঠা দিৱস ।প্ৰতিষ্ঠা দিৱসৰ অন্যতম আকৰ্ষণীয় বৃহস্পতিবাৰে দ্বিতীয় দিনা পূৱা গায়ণ-বায়নে, আৰতি উৰুলীৰে শোভাযাত্রা কৰি সোৱণশিৰি নদীৰ পৰা জল সংগ্রহ।জল সংগ্রহ শোভাযাত্ৰা শুভাৰম্ভণী কৰে জিলা আৰক্ষী অধীক্ষক গুনেন্দ ডেকাই। দিনৰ ভাগত আইনাম-দিহানাম পৰিবেশনৰ লগতে নিশালৈ স্হানীয় শিল্পী সকলে।