This browser does not support the video element.
নগাঁও: বঢ়মপুৰ সমষ্টিৰ বহুকেইটাপঞ্চায়তত বুথ সৱলীকৰণ ওপৰত মোৰ বুথ সকলোতকৈ মজবুত কমিটিৰ গঠন বিধায়ক জিতু গোস্বামীৰ
Nagaon, Nagaon | Jul 23, 2025
বঢ়মপুৰ সমষ্টিত বুথ সৱলীকৰণ ওপৰত মোৰ বুথ সকলোতকৈ মজবুত কমিটিৰ গঠন ৷ বঢ়মপুৰ সমষ্টিৰ বিধায়ক গৰাকীৰ দ্বাৰা প্ৰতিতো পঞ্চায়ৰ প্ৰতিতো বুথতে বুথ সৱলীকৰণৰ যৰিয়তে আগন্তুক নিৰ্বাচনত কাম কৰি ভাৰতীয় জনতা পাৰ্টি ভেটি অধিক মজবুত কৰিবলৈ প্ৰতিতো বুথতে দক্ষ্য কায্যকৰ্তা বাচনি কৰি একোখনকৈ শক্তিশালী কমিটি গঠন কৰি কৰে ৷ আজি কন্দলি পঞ্চায়ত, ৰাঙলু পঞ্চায়ত ,আৰু নাম্বৰ লালুং পঞ্চায়তত, প্ৰতিতো বুথতে কমিটিৰ গঠন প্ৰক্ৰিয়াৰ তিব্ৰগতিত চলি থকা দেখা যায় ৷