Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱত এম বজাৰৰ সন্মুখত পাৰ্কিং স্থান নথাকাৰ বাবে তীব্ৰ যান যতৰ সমস্যাৰ অভিযোগ,সমাধানৰ দাবী ৰাইজৰ

Dergaon, Golaghat | Sep 28, 2025
দেৰগাঁৱত মাজ মজিয়া স্থিত এম বজাৰৰ সন্মুখত পাৰ্কিং নথাকাৰ অভিযোগ দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৰাইজৰ l আজি ষষ্ঠী। ষষ্ঠীৰ দিনাই দেৰগাঁও চহৰত ভীষণ যান-জঁট দেৰগাঁও চহৰৰ মাজ মজিয়াত থকা এম বজাৰত পাৰ্কিং প্লেচ নথকাৰ বাবেই তীব্ৰ যান-জঁটৰ অভিযোগ ৰাইজৰ। এম বজাৰৰ সন্মুখত সৃষ্টি হোৱা যান-জঁট নিয়ন্ত্ৰণত কাৰ্যতঃ অসহায় হৈ পৰিল দেৰগাঁও যান বাহন আৰক্ষী বুলিও মন্তব্য ৰাইজৰ l শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ।
Read More News
T & CPrivacy PolicyContact Us