Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৰিমুছলমানগাঁৱত‌ সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড,অগ্নিকাণ্ডত ঘৰৰ সা-সামগ্ৰী সম্পূৰ্ণ ৰূপে জাহ যায়

Marigaon, Morigaon | Sep 10, 2025
মৰিমুছলমানগাঁৱত‌ সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।মৰিমুছলমানগাঁৱৰ মেহফিলৰ ওচৰত সংঘটিত হয় এই অগ্নিকাণ্ড ঘটনা ।ভাৰাতীয়া হিচাপে বাস কৰা মৰজিনা বেগমৰ ঘৰত সংঘটিত হয় এই অগ্নি কাণ্ডবৰ্তমান সময়লৈক জানিৱ পৰা হোৱা নাই অগ্নি কাণ্ডৰ কাৰণ এই অগ্নিকাণ্ডত ঘৰৰ সা-সামগ্ৰী সম্পূৰ্ণ ৰূপে জাহ জোৱাৰ লগতে প্ৰায় ৩০ হাজাৰ টকা জুইত জাহ যায় । এই অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ ব্লাষ্ট হয় ।
Read More News
T & CPrivacy PolicyContact Us