Download Now Banner

This browser does not support the video element.

নগাঁও: ২ নং বৰঘুলীত ৮ চেপ্তেম্বৰত সংঘটিত নৃশংস হত্যাকাণ্ডৰ লগত জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰে উলুৱনী আৰক্ষীয়ে

Nagaon, Nagaon | Sep 10, 2025
২ নং বৰঘুলীত ৮ চেপ্তেম্বৰত সংঘটিত নৃশংস হত্যাকাণ্ডৰ লগত জড়িত ৪ অভিযুক্তক বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত গ্ৰেপ্তাৰ কৰিছে উলুৱনি আৰক্ষীয়ে। কলিয়াবৰৰ উলুৱনী আৰক্ষী থানা এলেকাধীন ২ নং বৰঘুলীৰ ৮ চেপ্তেম্বৰত সংঘটিত নৃশংস হত্যাকাণ্ডৰ লগত জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে উলুৱনি আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ১৪ বছৰীয়া কিশোৰ¸পিতৃ ওৱাজ উদ্দিন, মাতৃ-ফৰিদা খাতুন আৰু আইতাক খুছিমন নেচাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Read More News
T & CPrivacy PolicyContact Us