Install App
bongaigaon_khobor
This browser does not support the video element.
বঙাইগাঁও ভাগ: "ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী সদায় সষ্টম" চহৰত স্বাধীনতা দিৱসক লৈ মন্তব্য জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ
Bongaigaon Part, Bongaigaon | Aug 14, 2025
" ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী সদায় সষ্টম"। চহৰত মন্তব্য জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ। স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলিও কয় জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক গৰাকী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!