This browser does not support the video element.
নগাঁও: জুৰীয়াৰ বগৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাইজৰ দলৰ বিশাল গণ সমাবেশ, উপস্থিত বিধায়ক অখিল গগৈ
Nagaon, Nagaon | Aug 3, 2025
নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জুৰীয়াৰ বগৰিগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজি ৰাইজৰ দলৰ বিশাল গণসমাবেশ | নামনিৰ পিছত মধ্য অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত ৰাইজৰ দলৰ গণ সমাবেশ |গণ সমাবেশত হাজাৰ হাজাৰ সংখ্যালঘু মিঞাৰ ভিৰ |গণ সমাবেশত অখিল গগৈৰ উধাত্ত ভাষণ প্ৰদান কৰে | 2026ৰ নিৰ্বাচনৰ আগতে বিজেপি দলে হিন্দু-মূছলমানৰ মাজত সংঘাত লগাব বিছাৰিছে | হিন্দু -মুছলমানৰ মাজত সংঘাত লগাব বিচৰা হিমন্ত চৰকাৰ খনক 2026 ত ব্ৰক্ষ্মপুত্ৰত দলিয়াই পেলাব লাগিব