This browser does not support the video element.
নগাঁও: মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন উদযাপন সন্দৰ্ভত জুৰীয়াত সংবাদ মেল
Nagaon, Nagaon | Sep 6, 2025
প্ৰসংগ মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন উদযাপন অৱশেষত পৰমাইভেটিৰ দাৰুল হাদিজ অসম মাদ্ৰাছাটুল বান্নাত কৰ্তৃপক্ষই দিলে সংবাদ মেল ঘটনাক দূৰ্ভাগ্যজনক আখ্যা মাদ্ৰাছাখনৰ কৰ্তৃপক্ষৰ মাদ্ৰাছাৰ নামত ৰাজনীতি নকৰিবলৈ আহ্বান অনাগত দিনত কোনেও ৰাজনৈতিক উদ্দেশ্য লৈ মাদ্ৰাছা খনলৈ নাহিবলৈও জনালে আহ্বান