Download Now Banner

This browser does not support the video element.

হোজাই: মহাবিদ্যালয়ত মাৰপিটৰ ঘটনা,মাৰপিটত গুৰুতৰভাৱে আহত দুজনকৈ ছাত্ৰ,মাৰপিটৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই

Hojai, Hojai | Aug 26, 2025
মঙ্গলবাৰে দিনৰ ১বজাত হোজাই মহাবিদ্যালয়ত মাৰপিটৰ ঘটনা।মাৰপিটত গুৰুতৰভাৱে আহত দুজনকৈ ছাত্ৰ। আহত ছাত্ৰ দুজনৰ নাম কৈলাশ দেৱনাথ আৰু দীপাংকৰ দাস।মাৰপিটৰ প্ৰকৃত কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই।ঘটনা সন্ধৰ্ভত হোজাই আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।ইফালে আহত ছাত্ৰদ্বয়ক ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ।
Read More News
T & CPrivacy PolicyContact Us