Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: চ'ৰাচোৱাৰ সমীপত পথ দুৰ্ঘটনা , আঘাতপ্ৰাপ্ত দুজন স্কুটি আৰোহী

Jorhat West, Jorhat | Sep 6, 2025
পশ্চিম যোৰহাটৰ চ'ৰাচোৱাৰ সমীপত পথ দুৰ্ঘটনা । আঘাতপ্ৰাপ্ত দুজন স্কুটি আৰোহী । যোৰহাটৰ চ'ৰাচোৱাৰ সমীপত আজি সংঘটিত হৈছে এই দুৰ্ঘটনা। একে দিশেৰে গৈ থকা এখন যাত্ৰীবাহী মেক্সিম' বাহনৰ পাছফালে তীব্ৰ জোৰে খুন্দা মাৰে স্কুটি আৰোহীয়ে । ফলত আঘাতপ্ৰাপ্ত হয় স্কুটিত থকা দুয়োজন যুৱক। পুলিবৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত চালকক JMCH লৈ নিয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে।
Read More News
T & CPrivacy PolicyContact Us