Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যালয়ত MLA দীপ্তিময়ী চৌধুৰীৰ উপস্থিতিত জিলা পৰিষদ গঠন, অগপৰ মৃদুলা সিংহ সভানেত্ৰী নিৰ্বাচিত

Bongaigaon Part, Bongaigaon | Aug 5, 2025
মঙ্গলবাৰে বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যালয়ত বিধায়িকা দীপ্তিময়ী চৌধুৰীৰ উপস্থিতিত জিলা পৰিষদ গঠনৰ বাবে  অনুষ্ঠিত সভাত অগপৰ মৃদুলা সিংহ সভানেত্ৰী হিচাবে নিৰ্বাচিত । বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী চিচাবে নিৰ্বাচিত মৃদুলা সিংহ । মিত্ৰজোঁটৰ পৰা আঁতৰি দুগৰাকী কংগ্ৰেছ দলৰ প্ৰতিনিধি আৰু এগৰাকী নিৰ্দলীয় প্ৰতিনিধিৰ সমৰ্থনত অগপ দলে দখলৰ কৰে বঙাইগাঁও জিলা পৰিষদ। ইফালে জিলা পৰিষদ গঠন প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকে বিজেপিৰ ৪ গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী।
Read More News
T & CPrivacy PolicyContact Us