Download Now Banner

This browser does not support the video element.

নগাঁও: নগাঁও ধিং সংযোগী গড়কাপ্তানী পথৰ জামতলত বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত আঘাটপ্ৰাপ্ত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী

Nagaon, Nagaon | Sep 3, 2025
নগাঁও ধিং সংযোগী গড়কাপ্তানী পথৰ জামতলত বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী ।ছাত্ৰী গৰাকীক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ ।বটদ্ৰৱা শ্রী শ্রী শংকৰদেৱ মহাবিদ্যালয়ত অধ্যায়নৰত ছাত্ৰী গৰাকীৰ নাম আফৰিনা ফিৰ্দুছ।AS21 P3446 নম্বৰৰ স্কুটিৰে মহাবিদ্যালৰ পৰা ছাত্ৰী গৰাকী ঘৰলৈ গৈ থকা অৱস্থাত AS02 AA2462 নম্বৰৰ এখন বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে স্কুটিত।ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈছে উদ্ধাৰ কৰে দূৰ্ঘটনাগ্ৰস্ত বাহন ।উল
Read More News
T & CPrivacy PolicyContact Us