Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: Ex.বিধায়ক সত্যব্ৰত কলিতাৰ পদত্যাগকলৈ চহৰত সাংসদ ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া, নিৰ্বাচনৰ আগমূৰ্হুতত পদত্যাগ ঘটনা হয়

Bongaigaon Part, Bongaigaon | Sep 4, 2025
অগপ দলৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ পদত্যাগকলৈ বঙাইগাঁও চহৰত বৃহস্পতিবাৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নিৰ্বাচনৰ আগমূৰ্হুতত এনেধৰণৰ পদত্যাগৰ ঘটনা হয় । সাংসদ গৰাকীয়ে লগতে সত্যব্ৰত কলিতাই পদত্যাগ কৰাৰ বাবে দুখ প্ৰকাশ কৰে  । সত্যব্ৰত কলিতা পদত্যাগ কৰিলেও কমলপুৰ সমষ্টিৰ পৰা অগপ দল শেষ নহয় বুলি মন্তব্য কৰে সাংসদ ফণীভূষণ চৌধুৰীয়ে।
Read More News
T & CPrivacy PolicyContact Us