Install App
mokib786
This browser does not support the video element.
মানকাচৰ: দক্ষিণ শালমাৰাত মডেল স্কুলৰ গৃহ নিৰ্মাণত চৰম দুৰ্নীতিৰ অভিযোগ, ৰাইজৰ অভিযোগ কেৰেপ নকৰে ঠিকাদাৰে
Mankachar, South Salmara-Mankachar | Aug 25, 2025
সোমবাৰে দিনৰ ১১ বজাত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভাগে আবণ্টন দিয়া মডেল বিল্ডিংৰ কামত দুৰ্নীতি হোৱাৰ অভিযোগ । প্ৰায় সাত কোটি টকা আবণ্টন দি মডেল বিল্ডিংৰ গৃহ নিৰ্মাণৰ দায়িত্ব দিয়া ঠিকাদাৰ গৰাকীয়ে কামত দুৰ্ণীতি কৰাৰ অভিযোগ উত্থাপন কৰে স্হানীয় ৰাইজে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!