This browser does not support the video element.
শদিয়া: তালাপত আদিবাসী জানি শক্তি সংগতি কেন্দ্ৰীয় সমিতিৰ চাইকেলেৰে যাত্ৰা কৰা "সপোন যাত্ৰা"ৰ দলটোক সম্বৰ্ধনা
Sadiya, Tinsukia | Jun 8, 2025
দেওবাৰে বিয়লি প্ৰায় ৩ বজাত সদৌ অসম আদিবাসী জানি শক্তি সংগতি কেন্দ্ৰীয় সমিতি আৰু (আছা) তালাপ আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত চাইকেলেৰে ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ যাত্ৰা কৰা "সপোন যাত্ৰা"ৰ দলটোক তালাপত একোখনি ফোলাম গামোচাৰে সম্বৰ্দ্ধনা । উল্লেখযোগ্য যে সপোন যাত্ৰা" দলটোৱে সুস্থ সমাজ এখন গঢ়াৰ লক্ষ্যৰে ,সুস্থ মানসিকতাৰে জীয়াই থকাৰ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যৰে চাইকেলেৰে ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ যাত্ৰা কৰিছে ।