Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: বগুৱালামৰীত ড্ৰাগছ,শিক্ষা আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা,উপস্থিত উপ আৰক্ষী অধিক্ষক

Dhubri Part, Dhubri | Aug 31, 2025
ধুবুৰী ভাষানীচৰ গাৱঁ পঞ্চায়তৰ অন্তৰ্গত বগুলামাৰী অঞ্চলত পঞ্চায়ত আৰু জিলা আমছুৰ উদ্যোগত ড্ৰাগছ,শিক্ষা আৰু বাল্য বিবাহৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলাৰ উপ আৰক্ষী অধিক্ষক আৰু আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে CRPF’ৰ মেজৰ,অধিবক্তা,পঞ্চায়ত সভানেত্ৰী,শিক্ষক সকলৰ লগতে বিশিষ্ট ব্যক্তি সকলে নিজ নিজ বক্তব্য ৰাখে
Read More News
T & CPrivacy PolicyContact Us