Download Now Banner

This browser does not support the video element.

বালিজানা: আগিয়া আৰু বৰদামাল কৃষি উন্নয়ন বিষয়াৰ কাৰ্য্যালয় প্ৰাঙ্গনত ৰাষ্ট্ৰীয় কৃষি বিকাশ আচনিৰ হিতাধিকাৰীৰ বাছনি সভা হয়

Balijana, Goalpara | Sep 4, 2025
আগিয়া আৰু বৰদামাল কৃষি উন্নয়ন বিষয়াৰ কাৰ্য্যালয় প্ৰাঙ্গনত ৰাষ্ট্ৰীয় কৃষি বিকাশ আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰী বাছনি সভা অনুষ্ঠিত হয়।আজিৰ অনুষ্ঠানত সহকাৰী কৃষি পৰিদৰ্শক আতোৱাৰ ৰহমান,সুৰেণ কলিতা, দেবেশ দাস,ধ্ৰুৱ দাস, কৃষি সম্প্ৰসাৰণ সহায়ক কেৰেণ ৰাভা, বৰদামাল, আৰু আগিয়া কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত বিভিন্ন গাওঁ পঞ্চায়তৰ নিৰ্বাচিত সভাপতি, সভানেত্ৰী আৰু পঞ্চায়ত সদস্য সদস্যা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us