Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা কংগ্ৰেছ দলৰ বিৰুদ্ধে বিজেপিৰ বিশাল প্ৰতিবাদী সমদল বাহিৰ

Balijana, Goalpara | Sep 1, 2025
চহৰৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা বিজেপি দলৰ বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।কংগ্ৰেছ দলৰ লগতে ইণ্ডিয়া এলাইঞ্চৰ নেতৃত্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক অশালীন মন্তব্য কৰা বুলি অভিযোগ কৰি ইয়াৰ প্ৰতিবাদত গোৱালপাৰা জিলা বিজেপি দলে আজি গোৱালপাৰা চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়ায় । গোৱালপাৰা জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলত দলৰ বিভিন্ন স্তৰৰ নেতা কৰ্মী সকলে অংশ গ্ৰহণ কৰি হাতে হাতে দলীয় পতাকা লৈ কংগ্ৰেছ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে।
Read More News
T & CPrivacy PolicyContact Us