Download Now Banner

This browser does not support the video element.

মৰাণ: চেচুঘাট শংকৰদেৱ প্ৰাথমিকৰ নামঘৰত লৰুৱা আঞ্চলিক শাখাৰ উদ‍্যোগত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন

Moran, Dibrugarh | Oct 4, 2025
শ্ৰীমন্ত শংকৰদেৱ সংঘ লৰুৱা আঞ্চলিক শাখাৰ উদ‍্যোগত চেচুঘাটত বাঁহবাৰী শংকৰদেৱ প্ৰাথমিক শাখাৰ উদ‍্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে বিয়লি ৫ বজাৰ লৈকে চেচুঘাটত শংকৰদেৱ প্ৰাথমিকৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ‍্যক আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us