Download Now Banner

This browser does not support the video element.

নগাঁও: নকল সোণ সহ মেট্ৰ হস্পিতাল সমীপৰ পৰা দুজন লোকক আটক নগাঁও সদৰ আৰক্ষীৰ

Nagaon, Nagaon | Sep 26, 2025
নগাঁও মেট্ৰ হস্পিতাল সমীপৰ পৰা দুজন লোকক আটক নগাঁও সদৰ আৰক্ষীৰ । আচাদুল হক আৰু ছাহজাহান আলী নামৰ দুজন লোকক আটক নগাঁও সদৰ আৰক্ষীৰ । উল্লেখ্য যে দুজন লোকৰ পৰা চাৰিটাকৈ মোবাইল ফোন লগতে নকল সোণ জব্দ কৰে সদৰ আৰক্ষীয়ে । আচাদুল হক আৰু ছাহজাহান আলী ঘৰ নগাঁৱৰ হেৰাপট্টিত বুলি জানিব পৰা গৈছে ।
Read More News
T & CPrivacy PolicyContact Us