Download Now Banner

This browser does not support the video element.

বোকাখাত: কাজিৰঙা হাতীখুলী বাগিচা লাইনত বিধ্বংসী অগ্নিকাণ্ড। কথমপি ৰক্ষা শিশু সহ পৰিয়ালটো

Bokakhat, Golaghat | Sep 4, 2025
কাজিৰঙা হাতীখুলী বাগিচা লাইনত বিধ্বংসী অগ্নিকাণ্ড। কথমপি ৰক্ষা শিশু সহ পৰিয়ালটো ৷ কাজিৰঙা ৬ নং লাইনত বৃহস্পতি বাৰে বিয়লি প্ৰায় ৫ বজাত পংকজ পাচি নামৰ লোক জনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় সকলো সামগ্ৰী l বিদ্যুৎৰ শ্বৰ্ট চাৰ্কিতৰ বাবেই অগ্নিকাণ্ডতো সংঘটিত হয় বুলি জানিব পৰা গৈছে l ঘটনা স্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি উপস্থিত হৈ কোনো মতে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
Read More News
T & CPrivacy PolicyContact Us