Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: সদৰৰ প্ৰেছ ক্লাবলৈ যোৱা এম এছ ব্ৰিজৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো

Kokrajhar Part, Kokrajhar | Aug 25, 2025
সোমবাৰ দিনা বিয়লি ৪ বজাত কোকৰাঝাৰ চহৰৰ ওভাৰ ব্ৰিজৰ নিকটত থকা কোকৰাঝাৰ প্ৰেছ ক্লাবলৈ যোৱা এম এছ ব্ৰিজৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো,বিটিচিৰ উন্নয়ন পুঁজিৰে উক ব্ৰিজ খন কৰা হ'ব, উক্ত অনুষ্ঠানত প্ৰাক্তন বিধায়ক চণ্ডী ব্ৰহ্ম, ইউপিপিএল নেতাৰ লগতে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়া সকলে উপস্থিত আছিল বুলি জানিব পৰা গৈছে
Read More News
T & CPrivacy PolicyContact Us