Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: ৱকিংজনত বৃহস্পতিবাৰে সন্ধ্যা ৭:৩০ বজাত এক মাৰপিটৰ কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতি

Biswanath, Biswanath | Jul 31, 2025
বিশ্বনাথৰ ৱকিংজনত এক মাৰপিটৰ কেন্দ্ৰ কৰি উৎপত্ব পৰিস্থিতি, এজন যুৱকক কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰাক লৈ এই পৰিস্থিতি সৃষ্টি হয়। জানিবপৰামতে আজি সন্ধ্যা সময়ত কোচগাঁৱৰ হীৰকজ্যোতি কলিতা নামৰ যুৱক এজন নিজৰ বন্ধু লগত ৱাকিংজনত ৱকিং কৰি থাকোতে সুৰাৰ মাতাল দুজন যুৱকৰ লগত সামান্য দেহত স্পৰ্শ হোৱাৰ পিচতে হীৰকজ্যোতি কলিতাক সুৰাৰ মাতাল ৰাজ মহন্ত নামৰ যুৱকজনে চকুত প্ৰহাৰ কৰি দিয়ে।
Read More News
T & CPrivacy PolicyContact Us