Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: আজি ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস,মঙলদৈতো অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

Mangaldoi Part, Darrang | Sep 3, 2025
অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্টেম্বৰত সমগ্ৰ অসমৰ লগতে মঙলদৈতো অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। মঙলদৈত প্ৰতিবছৰৰ দৰে এইবেলিও উত্তৰ মঙলদৈ ক্লাব ৰ উদ্যোগত দিনজোৰাকৈ অনুষ্ঠিত হয় অভিৰুচি ক্ৰীড়া দিৱস। উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ যমুনা বড়ো।৪২ সংখ্যক অভিৰুচি ক্রীড়া দিৱস উপলক্ষে সমূহীয়া দৌৰৰ শুভাৰম্ভনী কৰে দৰং জিলাৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে।
Read More News
T & CPrivacy PolicyContact Us