Download Now Banner

This browser does not support the video element.

বৰপেটা: জিলা বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগত মতবিনিময়

Barpeta, Barpeta | Sep 11, 2025
ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ বৃহস্পতিবাৰে বৰপেটাত উপস্থিত হয় ৷ বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগত বৰপেটা জিলা কাৰ্যকৰ্তা সকলৰ সৈতে মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ মতবিনিময় অনুষ্ঠান অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক গৰাকীয়ে সাংগঠনিক দিশটো মজবুত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷
Read More News
T & CPrivacy PolicyContact Us