Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: মালৌআলিত চোৰৰ উপদ্ৰৱ , চুৰি কৰি নিলে নগদ ধন , ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সামগ্ৰী

Jorhat West, Jorhat | Aug 30, 2025
মালৌআলিত চোৰৰ উপদ্ৰৱ । চুৰি কৰি নিলে নগদ ধন , ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সামগ্ৰী। দিনক দিনে যোৰহাটত বৃদ্ধি পাইছে চোৰৰ উপদ্রৱ । নিতৌ যোৰহাট নগৰ তথা ইয়াৰ উপকণ্ঠত সংঘটিত হৈছে চুৰি তথা হিংসাত্মক ঘটনাৰ। আৰক্ষীয়ে গিজগিজাই থকা যোৰহাট নগৰত সঘনাই চুৰি কাৰ্য্য সংঘটিত হৈ থকা ঘটনাক সহজ ভাবে লব পৰা নাই যোৰহাট বাসী ৰাইজে। এনে এক পৰিস্থিতিৰ মাজতে পুৱতি নিশা চুৰি হয় ।
Read More News
T & CPrivacy PolicyContact Us