Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: বৰপথাৰ খাকৰাজানত প্ৰায় এক কোটি টকাৰ মাৰাত্মক ড্ৰাগছ জব্দ, আটক মণিপুৰৰ এজন যুৱক

Sarupathar, Golaghat | Aug 22, 2025
শুক্ৰবাৰে দিনৰ প্ৰায় ২ বজাত বৰপথাৰৰ খাকৰাজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক এটা সৰবৰাহকাৰীক। বোকাজান আৰক্ষীৰ আৰু বৰ পথাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ কৰে প্ৰায় এক কোটি টকাৰ মূল্যৰ ড্ৰাগচ খিনি। বোকাজান মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু বৰ পথাৰ আৰক্ষী সকলৰ সহযোগত চলাইছিল এই অভিযান l ৪৫ টা চাবোনৰ বাকচত ভৰাই থকা অৱস্থাত উদ্ধাৰ কৰে ড্ৰাগচ খিনি l মণিপুৰৰ এজন যুৱকক উক্ত সন্দৰ্ভত আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে।
Read More News
T & CPrivacy PolicyContact Us