Download Now Banner

This browser does not support the video element.

সৰ্থেবাৰী: বৰমাৰা গাঁৱত মাটিৰ দালালে বাসগৃহত অগ্নি সংযোগ কৰি মাটি দখলৰ চেষ্টাৰ অভিযোগ, থানাত এজাহাৰ দাখিল

Sarthebari, Barpeta | Aug 30, 2025
সৰ্থেবাৰীৰ বৰমাৰা গাঁৱত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড । সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ দপদপনি চলি থকাৰ সময়তে পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা । দাবী ধমক দি খেদিবলৈ নোৱাৰি বাসগৃহত অগ্নি সংযোগ কৰি মাটি দখলৰ চেষ্টা মাটিৰ দালালৰ । মুখ্যমন্ত্ৰী আৰু আৰক্ষী প্ৰশাসনক কেৰেপ নকৰি নাচিৰ খান , হান্নান খান, আকবৰ খান , মিলন খান, চলেমান খানে মিলি নচেৰ খান আৰু মমতাজ বেগৰ গৃহত অগ্নি সংযোগ কৰি মাটি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ ।
Read More News
T & CPrivacy PolicyContact Us