Install App
mokib786
This browser does not support the video element.
মানকাচৰ: ৰাজ্যিক NSUIৰ নিৰ্দেশ মৰ্মে হাটশিঙিমাৰীত জিলা NSUI ৰ উদ্দ্যোগত BJP ভোট চুৰিৰ অভিযোগত প্ৰতিবাদী কাৰ্যসূচী
Mankachar, South Salmara-Mankachar | Aug 27, 2025
বুধবাৰে দিনৰ ১ বজাত হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা NSUI ৰ উদ্দ্যোগত BJP ভোট চুৰিৰ অভিযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে ৰাজ্যিক NSUI ৰ নিৰ্দেশ মৰ্মে আজি বিভিন্ন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা NSUI ৰ উদ্দ্যোগত BJP চৰকাৰৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!