Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: ধুবুৰীৰ চক বজাৰত নাভূত নশ্ৰুত ঘটনা, ভুৱা আৰক্ষী সাজি ৫টা সোণৰ আঙটি আৰু এটা গলৰ চেইন লুট
Dhubri Part, Dhubri | Sep 9, 2025
ধুবুৰীৰ কালিবাৰী মোড়ত চিপ্তটাৰ চহৰ দোকানৰ পৰা স্বপন সাহা নামৰ এজন লোকে মিষ্টি ক্ৰয় কৰি পেকেট টো হাতত লৈ আহিব ধৰিছিল, এনেতে হঠাৎ দোকানখনৰ বাহিৰত দুজন লোকে আপাচি বাইক লৈ থিয় হৈ আছিল। আৰু স্বপন সাহাক মাতি অচিনাকি দুজন লোকে আই কাৰ্ড দেখুৱাই নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!